Government of Assam Holiday List 2018, চৰকাৰি বন্ধৰ তালিকা অসম

  • Posted on: 25 December 2017
  • By: admin
Government of Assam Holiday list 2018, চৰকাৰি বন্ধৰ তালিকা অসম.
Assam Government Public Holiday List 2018
অসমৰ বন্ধৰ তালিকা ২০১৮ চন
 
১৪ জানুৱাৰী - মাঘ বিহু।
১৫ জানুৱাৰী - তুছু পূজা।
২৩ জানুৱাৰী- নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিন।
২৬ জানুৱাৰী- গণৰাজ্য দিৱস।
৩১ জানুৱাৰী- মে-ডাম-মেফী/বীৰ চিলাৰায় দিৱস।
১ মাৰ্চ- দৌলযাত্ৰা।
৩০ মাৰ্চ- গুড ফ্ৰাই ডে।
১৪, ১৫, ১৬ এপ্ৰিল - ব’হাগ বিহু/দামোদৰ দেৱৰ তিথি।
৩০ এপ্ৰিল - বুদ্ধ পূৰ্ণিমা।
১ মে’ - মে’ দিৱস।
৩০ মে’- শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোসব।
১৬ জুন- ঈদ-উল-ফিটৰ।
১৫ আগষ্ট - স্বাধীনতা দিৱস।
২২ আগষ্ট- ঈদ-উজ-জোহা।
৩১ আগষ্ট- শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি।
৩ ছেপ্টেম্বৰ- জন্মাষ্টমী।
১১ ছেপ্টেম্বৰ- শ্ৰীমন্ত শংকৰদেৱৰ তিথি।
১৯ ছেপ্টেম্বৰ- শ্ৰীমন্ত শংকৰদেৱৰ জন্মোসব।
২ অক্টোবৰ- গান্ধী জয়ন্তী।
১৬, ১৭, ১৮, ১৯ অক্টোবৰ- দুৰ্গা পূজা/বিজয়া দশমী-কাতি বিহু।
৬ নৱেম্বৰ- কালী পূজা/দেৱালী।
২৩ নৱেম্বৰ- গুৰু নানকৰ জন্ম দিন।
২৪ নৱেম্বৰ- লাচিত দিৱস।
২ ডিচেম্বৰ- অসম দিৱস।
২৫ ডিচেম্বৰ- বৰদিন।