How To Get Rid of From Jaundice, জণ্ডিছ ৰোগৰ প্ৰাকৃতিক চিকিৎসা

জণ্ডিছ ৰোগ সাধাৰণতে পানী দূষিত হোৱাৰ ফলত হয় । ইয়াৰ বাবে শৰীৰে তেজ ভালদৰে বনাব নোৱাৰা হয় । যাৰ বাবে শৰীৰ , চকু আদি হালধীয়া হয় । ভোক নলগা , খাদ্য দেখিলে বমি ভাব হোৱা , মুখৰ ৰুচি নোহোৱা হোৱা আদি লক্ষণ দেখা দিয়ে ।
1. প্ৰতিদিনে 2-3 গিলাচ কুঁহিয়াৰৰ ৰসত গোল নেমুৰ ৰস মিহলাই খাওক ।
2. 1 গিলাচ কুঁহিয়াৰৰ ৰস লৈ তাত 1টা বুটমাহৰ সমান চূণ ভালকৈ মিহলাই দিনত 2 বাৰ খাওক ।
3. ট্ৰিফলা চূৰ্ণ 1 চামুচ আৰু মৌ দুই চামুচ মিহলাই দিনত দুই বাৰ খাওক ।।
4. 1 গিলাচ পানীত 1 চামুচ ট্ৰিফলা চূৰ্ণ ভালকৈ
গৰম কৰি চাহৰ নিচিনা খাওক ।
5. শিলিখা গুড়ি মৌৰ লগত মিহলাই দৈনিক 2 চামুচ খাওক ।
6. বেলৰ পাতৰ ৰস উলিয়াই তাত 1 চিমতা জালুকৰ গুড়ি মিহলাই আধা কাপ কৰি দিনত 2 বাৰ খাওক ।
7. গ শুকান আদাৰ গুড়ি আৰু মৌ সম অনুপাতত মিহলাই দৈনিক 2 চামুচ দুই সময়ত খাওক ।
8. ভৌথা শাকৰ গুটি গুড়ি কৰি ৰাতিপুৱা আৰু গধূলি 1 চামুচ কৰি খালে ভাল ফল পায় ।
9. পিয়াজ সৰু সৰু কৈ কাটি তাত নেমুৰ ৰস মিহলাই খাওক ।।।
10. তৰমুজ খালেও জণ্ডিছ ভাল হয় ।।
11. কৰ্দৈ টেঙাৰ আঞ্জা বনাই খাব পাৰে ।।।
Source : Pankaj Pathak

Tag: 

Similar Entries

Yellow Page Service

www.assamyellowpage.com