List of Chief Minister of Assam till 2018

  • Posted on: 20 February 2018
  • By: admin

স্বাধীনতাৰ সময়ৰ আৰু স্বাধীনতাৰ পিছৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকল :-
গোপীনাথ বৰদলৈ :-১৯৪৬--১৯৫০
বিষ্ণু ৰাম মেধি:-১৯৫০--১৯৫৭
বিমলা প্ৰসাদ চলিহা:- ১৯৫৭--১৯৭০
মহেন্দ্ৰ মোহন চৌধুৰী :-১৯৭০--১৯৭২
শৰৎচন্দ্ৰ সিংহ:-১৯৭২--১৯৭৮
গোলাপ বৰবৰা :-১৯৭৮--১৯৭৯
যোগেন্দ্ৰ নাথ হাজৰিকা :- ৯ চেপ্তেম্বৰ ১৯৭৯-১১ ডিচেম্বৰ ১৯৭৯
চৈয়দা আনোৱাৰা টাইমুৰ:- ১৯৮০- ১৯৮১
কেশৱ চন্দ্ৰ গগৈ :- ১৯৮২-
হিতেশ্বৰ শইকীয়া :-১৯৮৩-১৯৮৫
প্ৰফুল্ল কুমাৰ মহন্ত :-১৯৮৫--১৯৯০
হিতেশ্বৰ শইকীয়া :-১৯৯১--১৯৯৬
ডাঃ ভূমিধৰ বম'ন (ভাৰপ্ৰাপ্ত):-২২ এপ্ৰিল ১৯৯৬-১৪মে ১৯৯৬
প্ৰফুল্ল কুমাৰ মহন্ত :-১৯৯৬--২০০১
তৰুণ গগৈ:-২০০১--২০১৬
সবা'নন্দ সোনোৱাল :- ২৪ মে ২০১৬ পৰা বৰ্তমান