কেচা হালধিৰ লগত মাছৰ জোল

  • Posted on: 16 February 2018
  • By: admin

Fish Curry with Raw Turmeric paste.
লাগতিয়াল উপকৰণ সমূহ:
১. মাছ : ৬ টুকুৰা
২. কেচা হালধিৰ পেষ্ট : ২ চামুছ
৩. পিয়াজ : ১ টা
৪. ১ টা সিজোৱা আলু
৫. সৰিয়হৰ তেল, নিমখ, তেজপাত
৬. জলকীয়া (নিজৰ ইচ্ছা অনুসৰি)
মাছকেইটুকুৰা তেলত ভাজি লব| কেৰাহিত তেল গৰম কৰি তেজপাত, পিয়াজ দি ভাজি লওক| এতিয়া হালধিখিনি দি তাত সিজোৱা আলু দি অলপ সময় ভাজি তাত পানী ২ কাপ দিয়ক| পানী উতল অহিলে তাত মাছ দি দিয়ক|
For video visit https://www.youtube.com/watch?v=nMEVqxB0X0o
Subscribe to Youtube Channel CookingDiaries